Heading with Bright Purple Background
Free Solutions for The Assam State School Education Board (ASSEB) Class 10 Maths Chapter 1 Real Number Exercise 1.1 in Assamese Medium
Digital Pipal Academy provides the latest SCERT Assam Class 10 Maths Chapter 1 Real Numbers Exercise 1.1 Solutions for the academic session 2026–2027. These solutions are specially designed for SEBA/ASSEB students and are available in both Assamese and English Medium. Each question is solved in a clear, step-by-step method to help students easily understand the concepts and improve their problem-solving skills. This guide is ideal for homework, revision, and board exam preparation.
SEBA Class 10 Maths (Assamese Medium) – Chapter 1 Real Numbers
Exercise 1.1 Complete Solutions (2026-27)
Download chapter-wise solutions of Real Numbers Exercise 1.1 specially prepared for SEBA Assam students (Assamese Medium).
₹99.00 ₹29.00
- ✔ Complete Exercise 1.1 Solutions
- ✔ Easy Step-by-Step Explanation
- ✔ Assamese Medium (SEBA 2026-27)
Chapter 1 Real Numbers is an important topic in Class 10 Mathematics, forming the base for advanced concepts in higher classes. Our solutions strictly follow the latest SCERT Assam syllabus and exam pattern, ensuring accuracy and relevance. With simple explanations, shortcut methods, and exam-focused answers, students can confidently prepare for their HSLC examination. Visit Digital Pipal Academy for complete, reliable, and easy-to-understand Maths solutions. 🚀
Digital Pipal Academy-ত SCERT Assam Class 10 গণিত অধ্যায় ১ “বাস্তৱ সংখ্যা”ৰ অনুশীলনী ১.১ৰ সম্পূৰ্ণ সমাধান আগবঢ়োৱা হৈছে। এই সমাধানসমূহ ২০২৬–২০২৭ শিক্ষাবর্ষৰ SEBA/ASSEB শিক্ষাৰ্থীসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে আৰু সম্পূৰ্ণকৈ সহজ আৰু বুজিবলৈ সুবিধাজনক ভাষাত দাঙি ধৰা হৈছে। প্ৰতিটো প্ৰশ্ন ধাপে ধাপে সমাধান কৰা হৈছে যাতে শিক্ষাৰ্থীসকলে সহজে ধাৰণা লাভ কৰি নিজৰ সমস্যা সমাধান ক্ষমতা বৃদ্ধি কৰিব পাৰে। ই গৃহকাৰ্য, পুনৰাবৃত্তি আৰু পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে অতি উপযোগী।
1. প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা :
(i) 140 (ii) 156 (iii) 3825 (iv) 5005 (v) 7429
সমাধান:
(i) 140
140 = 2 × 70
= 2 × 2 × 35
= 2 × 2 × 5 × 7
👉 উত্তৰ: 140 = 2² × 5 × 7
(ii) 156
156 = 2 × 78
= 2 × 2 × 39
= 2 × 2 × 3 × 13
👉 উত্তৰ: 156 = 2² × 3 × 13
(iii) 3825
3825 = 5 × 765
= 5 × 5 × 153
= 5 × 5 × 3 × 51
= 5 × 5 × 3 × 3 × 17
👉 উত্তৰ: 3825 = 3² × 5² × 17
(iv) 5005
5005 = 5 × 1001
= 5 × 7 × 143
= 5 × 7 × 11 × 13
👉 উত্তৰ: 5005 = 5 × 7 × 11 × 13
(v) 7429
7429 = 17 × 437
= 17 × 19 × 23
👉 উত্তৰ: 7429 = 17 × 19 × 23
2. তলৰ অখণ্ড সংখ্যাকেইযোৰ ল.সা.গু. আৰু গ.সা.উ. উলিওৱা । সত্যাপন কৰা যে ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল ।
(i) 26 আৰু 91 (ii) 510 আৰু 92 (iii) 336 আৰু 54
সমাধান:
(i) 26 আৰু 91
মৌলিক উৎপাদকত বিভাজন:
26 = 2 × 13
91 = 7 × 13
👉 গ.সা.গু. (HCF)
= 13
👉
ল.সা.গু. (LCM)
= 2 × 7 × 13 = 182
সত্যাপন:
LCM × HCF = 182 × 13 = 2366
সংখ্যাদুটাৰ গুণফল = 26 ×
91 = 2366
ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল ।
✔️ দুয়ো সমান ⇒ সত্যাপিত
(ii) 510 আৰু 92
মৌলিক উৎপাদকত বিভাজন:
510 = 2 × 3 × 5 × 17
92 = 2 × 2 × 23
👉 গ.সা.গু. (HCF)
= 2
👉
ল.সা.গু. (LCM)
= 2² × 3 × 5 × 17 × 23 = 23460
সত্যাপন:
LCM × HCF = 23460 × 2 = 46920
সংখ্যাদুটাৰ গুণফল = 510
× 92 = 46920
ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল ।
✔️ দুয়ো সমান ⇒ সত্যাপিত
(iii) 336 আৰু 54
মৌলিক উৎপাদকত বিভাজন:
336 = 2⁴ × 3 × 7
54 = 2 × 3³
👉 গ.সা.গু. (HCF)
= 2 × 3 = 6
👉
ল.সা.গু. (LCM)
= 2⁴ × 3³ × 7 = 3024
ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল ।
সত্যাপন:
LCM × HCF = 3024 × 6 = 18144
সংখ্যাদুটাৰ গুণফল = 336
× 54 = 18144
✔️ দুয়ো সমান ⇒ সত্যাপিত
3. মৌলিক উৎপাদকীকৰণ পদ্ধিতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ ল.সা.গু আৰু গ.সা.গু. উলিওৱা ।
(i) 12, 15 আৰু 21 (ii) 17, 23 আৰু 29 (iii) 8, 9 আৰু 25
সমাধান:
(i) 12, 15 আৰু 21
মৌলিক উৎপাদকীকৰণ:
12 = 2² × 3
15 = 3 × 5
21 = 3 × 7
👉 গ.সা.গু. (HCF) = 3
(সকলোত সাধাৰণ থকা মৌলিক উৎপাদক = 3)
👉 ল.সা.গু. (LCM) = 2² × 3 × 5 × 7 = 420
(ii) 17, 23 আৰু 29
মৌলিক উৎপাদকীকৰণ:
17, 23, 29 — সকলোয়ে মৌলিক সংখ্যা
👉 গ.সা.গু. (HCF) = 1
(কোনো সাধাৰণ উৎপাদক নাই)
👉 ল.সা.গু. (LCM) = 17 × 23 × 29 = 11339
(iii) 8, 9 আৰু 25
মৌলিক উৎপাদকীকৰণ:
8 = 2³
9 = 3²
25 = 5²
👉 গ.সা.গু. (HCF) = 1
(সাধাৰণ মৌলিক উৎপাদক নাই)
👉 ল.সা.গু. (LCM) = 2³ × 3² × 5² = 1800
4. দিয়া আছে গ.সা.গু. (306 , 657) = 9 । ল. সা. গু (306 , 667) উলিওৱা ।
সমাধান:
গ. সা. গু. (306 , 657) = 9
আমি জানো যে,
ল.সা.গু. × গ.সা.গু. = সংখ্যাদুটাৰ গুণফল
∴ ল.সা.গু. × গ.সা.গু. = 306 × 657
LCM (306 × 657) =`\frac{306\times657}{HCF}`
= `\frac{306\times657}{9}`
= 22338
5. পৰীক্ষা কৰা যে কোনোবা স্বাভাৱিক সংখ্যা n অৰ ক্ষেত্ৰত `6^{n}` সংখ্যাটো 0 অংকৰে শেষ হ’ব পাৰেনে নাই ।
সমাধান:
কোনো এটা সংখ্যা 0 অংকৰে শেষ হবলৈ হলে সংখ্যাটোৰ মৌলিক উৎপাদীকৰণত 5 সংখ্যাটো উৎপাদক হিচাপে থাকিব লাগিব ।
আকৌ,
`6^{n}=(2\times3)^{n}=2^{n}\times3^{n}`
`\therefore6^{n}` ৰ উৎপাদীকৰণত মৌলিক উৎপাদক 2 আৰু 3
`\therefore6^{n}` ৰ উৎপাদীকৰণত 5 মৌলিক উৎপাদক হিচাপে নাই ।
`\therefore6^{n}` সংখ্যাটো 0 অংকৰে শেষ হব নোৱাৰে ।
6. `7\times11\times13+13` আৰু `7\times6\times5\times4\times3\times2\times1+5` সংখ্যা দুটা কিয় যৌগিক সংখ্যা বাখ্যা কৰা ।
সমাধান:
= 13 (7 × 11 + 1)
= 13 (77 + 1)
= 13 × 78
= 13 × 2 × 3 × 13
= 2 × 3 × 13²
✔️ ইয়াত 1 আৰু 13 × 78 বাদ দি আন উৎপাদক আছে
👉 সেয়ে ই এটা যৌগিক সংখ্যা
7 × 6 × 5 × 4 × 3 × 2 × 1 + 5
= 5 (7 × 6 × 1 × 4 × 3 × 2 × 1 + 1)
= 5 (1008 + 1)
= 5 × 1009ইয়াতো 1 আৰু 5 × 1009 বাদ দি আন উৎপাদক আছে
👉 সেয়ে ইটো যৌগিক সংখ্যা
7. এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃক্তকাৰ পথ । খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, যত একোটা ৰবিৰ লাগে 12 মিনিট । ধৰা তেওঁলোকে একেটা বিন্দুত একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে । কিমান মিনিট পিছত তেওঁলোক আকৈ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব ?
সমাধান:
- ছোনিয়াৰ সময় = 18 মিনিট
- ৰবিৰ সময় = 12 মিনিট
দুয়ো একে বিন্দুত একে সময়তে আৰম্ভ কৰিছে আৰু একে দিশত গৈছে।
👉 তেওঁলোক আকৌ একেলগে আৰম্ভণিৰ বিন্দুত লগ পাব যেতিয়া দুয়োৰ সময় একে সময়তে মিলিব
অর্থাৎ LCM উলিয়াব লাগিব
18 = 2 × 3²
12 = 2² × 3
= 4 × 9
= 36
8. (i) এটা ৰেজিমেন্টত থকা সৈনিকবোৰৰ 15, 20, বা 25 জনকৈ লৈ কিছুমান শীৰীত থিয় কৰাব পাৰি । ৰেজিমেন্টটোত অতি কমেও কিমান জন সৈনিক আছে ?
সমাধান:
20 = 2² × 5
25 = 5²
ল.সা.গু. (LCM) = 2² × 3 × 5²
= 4 × 3 × 25
= 300
(ii) এটা ঘন্টা 18 ছেকেণ্ড আৰু আন এটা ঘন্টা 60 ছেকেণ্ডৰ অন্তৰাল বাজে । কোনো এক সময় দুয়োটা ঘন্টা একলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব ?
সমাধান:
- প্ৰথম ঘন্টা → প্ৰতি 18 ছেকেণ্ডত বাজে
- দ্বিতীয় ঘন্টা → প্ৰতি 60 ছেকেণ্ডত বাজে
18 = 2 × 3²
60 = 2² × 3 × 5
ল.সা.গু. (LCM) = 2² × 3² × 5
= 4 × 9 × 5
= 180
(iii) এটা অনাতাঁৰ কেন্দ্ৰই দুদনিৰ মূৰে মূৰে অসম সংগীত টো বজায় । আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি তিনি দিনৰ মূৰে মূৰে বজায় । 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব ?
সমাধান:
- প্ৰথম অনাতাঁৰ কেন্দ্ৰ → ২ দিনৰ মূৰে মূৰে সংগীত বজায়
- দ্বিতীয় অনাতাঁৰ কেন্দ্ৰ → ৩ দিনৰ মূৰে মূৰে সংগীত বজায়
আমাৰ উদ্দেশ্য 2 আৰু 3 ৰ ল.সা.গু. উলিওৱা।
প্ৰাথমিক গুণনীয়কীকৰণ:
ল.সা.গু. হ’ব:
তেহে, 30 দিনৰ ভিতৰত দুয়োটা কেন্দ্ৰ একেলগে সংগীত বজাব:
উত্তৰ: ৩০ দিনত ৫ বাৰ সংগীত বজাব। ✅
(iv) 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয় এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি কাঢ়ি যাব লগীয়া হ’ল । দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম-খোজ কাঢ়ি যাবলগীয়া হ’ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ’ব ?
📝 সমাধান:
গ.সা.উ. = সৈন্যবাহিনীয়ে খোজ কাঢ়িব লগীয়া স্তম্ভৰ উচ্চতম সংখ্যা
গতিকে, 616 আৰু 32 ৰ গ.সা.উ. উলিয়াওঁ—
616=32×19+8
32=8×4+0
গ.সা.উ. = 8
∴ সৈন্যবাহিনীৰ গোটে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা = 8(v) হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্ত: ৰাষ্ট্ৰীয় ডাকটিকেট সংগ্ৰহ কৰিলে তাই এইবোৰ বিশেষ থূপত ৰাখি প্ৰৰ্দশন কৰিবলৈ বিচাৰে যাতে এটাও ডাকটিকেট ৰৈ নাযায় ।
📝 সমাধান:
এইটো এটা HCF (গ.সা.উ.) সম্পৰ্কীয় সমস্যা।(vi) দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 ছে.মি. আৰু 80 ছে.মি. । দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলায়াব লাগে । অকণো ৰৈ নোযৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ’ব ?
📝 সমাধান:
এই সমস্যাটোত 64 ছে.মি. আৰু 80 ছে.মি. দৈৰ্ঘ্যৰ দুটা ৰছীৰ পৰা একে দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগিব, আৰু কোনো অংশ অৱশিষ্ট নাথাকিব।
সেয়েহে, আমি 64 আৰু 80 ৰ গ.সা.উ (HCF) উলিয়াব লাগিব।
👉
64 = `2^{6}`
80 = `2^{4}\times5`
👉 গ.সা.উ (HCF) = `2^{4}` = 16
✅ উত্তৰঃ
দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য = 16 ছে.মি.
9. চাৰিটা অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা, যিটো সংখ্যা 18, 24 আৰু 36 ৰে বিভাজ্য।
📝 সমাধান:
আমি নিৰ্ণয় কৰিব লাগে 4-অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা, যি 18, 24 আৰু 36 ৰে সম্পূৰ্ণ বিভাজ্য।
👉 সেয়েহে প্ৰথমে এইবোৰৰ ল.সা.গু (LCM) উলিয়াওঁ পাওঁ।
18 = `2\times3^{2}`
24 = `2^{3}\times3`
36 = `2^{2}\times3^{2}`
👉 ল.সা.গু = `2^{3}\times3^{2}=8\times9=72`
👉 এতিয়া 4-অংকবিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা = 9999
👉 9999 ক 72ৰে ভাগ কৰোঁঃ
9999 ÷ 72 = 138 অৱশিষ্ট 63
👉 এতিয়া,
9999 – 63 = 9936
✅ উত্তৰঃ
আটাইতকৈ ডাঙৰ 4-অংকবিশিষ্ট সংখ্যা = 9936
10. p আৰু q সংখ্যা দুটাৰ 1245 এটা উৎপাদক। তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব
(i) p+q
(ii) p-q
(iii) p × q
(iv) p ÷q
শুদ্ধ বিকল্পটো হ'ল-
(A) কেৱল (iii)
(B) কেৱল (i) আৰু (ii)
(C) কেবল (i), (ii) আৰু (iii)
(D) (i), (ii), (iii), (iv) গোটেইকেইটা।
উত্তৰঃ (C) কেবল (i), (ii) আৰু (iii)
Explanation
দিয়া আছে, 1245 হৈছে p আৰু q দুয়োটাৰে এটা উৎপাদক।
অর্থাৎ, p আৰু q দুয়োটাই 1245ৰে বিভাজ্য।
👉 ধৰা,
p = 1245a আৰু q = 1245b (য’ত a, b পূৰ্ণসংখ্যা)
এতিয়া পৰীক্ষা কৰোঁ—
(i) p + q = 1245a + 1245b = 1245(a + b)
👉 1245ৰে বিভাজ্য ✔️
(ii) p − q = 1245a − 1245b = 1245(a − b)
👉 1245ৰে বিভাজ্য ✔️
(iii) p × q = (1245a)(1245b) = 1245²(ab)
👉 1245ৰে বিভাজ্য ✔️
(iv) p ÷ q = (1245a)/(1245b) = a/b
👉 সদায় 1245ৰে বিভাজ্য নহয় ❌
✅ শুদ্ধ উত্তৰঃ
(C) কেবল (i), (ii) আৰু (iii)
11. স্তম্ভ মিলোৱা
Match the Following
অংশ I
অংশ II
P) মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো হ'ল
Q) একমাত্র, যুগ্ম মৌলিক সংখ্যাটো হ'ল
R) 12, 15, 21 ৰ গ.সা.উ. হ'ব
S) 2 আৰু 9 ৰ ল.সা.গু. হ'ব
1) 18
2) 3
3) 2
4) 1
Match the Following
| অংশ I | অংশ II |
|---|---|
|
P) মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো হ'ল Q) একমাত্র, যুগ্ম মৌলিক সংখ্যাটো হ'ল R) 12, 15, 21 ৰ গ.সা.উ. হ'ব S) 2 আৰু 9 ৰ ল.সা.গু. হ'ব |
1) 18 2) 3 3) 2 4) 1 |
শুদ্ধ বিকল্প বাছি উলিওৱা-
| বিকল্প | P | Q | R | S |
|---|---|---|---|---|
| (A) | 4 | 3 | 2 | 1 |
| (B) | 3 | 2 | 1 | 4 |
| (C) | 2 | 4 | 3 | 1 |
| (D) | 1 | 2 | 3 | 4 |
উত্তৰঃ (A) 4 3 2 1
প্ৰতিটো মিলাওঁ—
P) মৌলিক বা যৌগিক কোনো নহয় → 1 → (4)
Q) একমাত্র যুগ্ম মৌলিক সংখ্যা → 2 → (3)
R) 12, 15, 21 ৰ গ.সা.উ → 3 → (2)
S) 2 আৰু 9 ৰ ল.সা.গু → 18 → (1)
👉 সেয়েহে মিলবোৰ হ’লঃ
P → 4, Q → 3, R → 2, S → 1
✅ শুদ্ধ উত্তৰঃ
(A) 4 3 2 1
12. উক্তি (P): দুটা ক্রমিক স্বাভাৱিক সংখ্যাৰ গ.সা.উ 1
উক্তি (Q): দুটা সহমৌলিক সংখ্যাৰ গ.সা.উ 1
শুদ্ধ বিকল্প বাছি উলিওৱা-
A) P সত্য, Q অসত্য
B) P অসত্য, Q সত্য
C) P আৰু Q দুয়োটাই সত্য
D) P আৰু Q দুয়োটাই অসত্য
উত্তৰঃ (C) P আৰু Q দুয়োটাই সত্য
Explanation
উক্তি (P):
দুটা ক্রমিক স্বাভাৱিক সংখ্যা (যেনে 7 আৰু 8, 15 আৰু 16)
👉 এইবোৰৰ মাজত কোনো সাধাৰণ উৎপাদক নাথাকে (1 বাদে)
👉 সেয়ে গ.সা.উ = 1
✔️ P সত্য
উক্তি (Q):
সহ-মৌলিক সংখ্যা মানে যিবোৰৰ গ.সা.উ = 1
👉 এইটো সহ-মৌলিকৰ সংজ্ঞাই
✔️ Q সত্য
👉 প্ৰতিটো কোঠাত সর্বোচ্চ 12 জন অংশগ্ৰহণকাৰী বহিব পাৰিব।
(ii) প্ৰতিটো কোঠাত 12 জনকৈ বহিব।
বিজ্ঞান: 60 ÷ 12 = 5 টা কোঠা
ইংৰাজী: 84 ÷ 12 = 7 টা কোঠা
গণিত: 108 ÷ 12 = 9 টা কোঠা
👉 মুঠ কোঠা = 5 + 7 + 9 = 21
✔️ উত্তৰ: 21 টা কোঠা লাগিব।
(iii) 60, 84 আৰু 108 ৰ ল.সা.গু (LCM)
ল.সা.গু (LCM) = 2² × 3³ × 5 × 7
= 4 × 27 × 5 × 7
= 108 × 35
= 3780
✔️ উত্তৰ: ল.সা.গু LCM = 3780
(iv) 60, 84 আৰু 108 ৰ গ.সা.উ আৰু ল.সা.গু ৰ পূৰণফল
HCF = 12, LCM = 3780
12 × 3780 = 45360
✔️ উত্তৰ: 45360
Note for Users
If you find any incorrect answers, please notify us via Instagram at @pipalacademy or email us at info@pipalacademy.com. For content that may infringe copyright, kindly refrain from copying our content. Thank you for supporting Digital Pipal Academy!
Join Our WhatsApp
Sudev Chandra Das (B.Sc. Mathematics)
Hi! I'm Sudev Chandra Das, Founder of Digital Pipal Academy. I've dedicated myself to guiding students toward better education. I believe, 'Success comes from preparation, hard work, and learning from failure.' Let’s embark on a journey of growth and digital excellence together!.
Yes, all solutions are fully updated according to the latest SEBA/ASSEB 2026–2027 syllabus. Exercise 1.1 mainly covers Euclid’s Division Algorithm and finding HCF of numbers using step-by-step methods. Yes, these solutions are designed strictly according to SEBA exam patterns and are very helpful for scoring high marks. Yes, Digital Pipal Academy provides downloadable PDF notes for easy offline study and revision. Yes, each question is solved in a clear and detailed step-by-step manner to improve understanding. Yes, the solutions are written in simple language, suitable for both Assamese and English medium students. You can find HCF by repeatedly applying the formula: Dividend = Divisor × Quotient + Remainder until the remainder becomes zero. This chapter builds the foundation of number systems and frequently appears in board exams with direct questions. Most of the content is free, and some premium materials are available for advanced learning. You can explore Digital Pipal Academy for complete chapter-wise SCERT Assam solutions, notes, and MCQs.❓ Frequently Asked Questions (FAQ)


.png)
