নিয়ৰ class 8 | Class 8 assamese question answer chapter 1 | অংকুৰণ class 8 |

নিউজলিংক বাংলা

Class 8 Assamese question answer chapter 1 | নিয়ৰ | নিয়ৰ কবিতা প্ৰশ্ন উত্তৰ | 


নিয়ৰ


ক্ৰিয়াকলাপ

ক- পাঠভিক্তিক ক্ৰিয়া

 ২. উত্তৰ দিয়া ।

(ক) মুকুটা মণিটি বুলি কবিয়ে কিহক বুজাইছে ?

 উত্তৰঃ মুকুটা মণিটি বুলি ফুলৰ পাহিত জিলিকি থকা ফটিক পানীৰে ধোঁৱা নিয়ৰৰ কণিকাক বুজাইছে ।

(খ) নিয়ৰক কবিয়ে কাৰ কৰা লগত তুলনা কৰিছে ?

 উত্তৰঃ নিয়ৰক কবিয়ে নিশা নচা নাচনীৰ ছিগি ৰৈ যোৱা মুকুটা মণিৰ লগত তুলনা কৰিছে ।

(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে ?

 উত্তৰঃ নিয়ৰে হিয়াত নিজম নিশাৰ নিচুক কথা সাঁচি থোৱাৰ কথা কৈছে ।

(ঘ) ফুলনিত কি ছিগি ৰৈ গ?

 উত্তৰঃ ফুলনিত নিশা নচা নাচনীৰ মণি ছিগি ৰা গল ।

(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে ?

 উত্তৰঃ কবিয়ে সৰগত টোপনি যোৱা নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকা কথা কৈছে ।

 ৪. শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।

        শব্দ                  অৰ্থ

       ফটিক                অতি পৰিষ্কাৰ

       শোভে                জেউতি চৰাই

       হেঙুলি                ৰঙচুৱা

       নিজম                শব্দ নোহোৱা

       নিচুক                সমান নোহোৱা

 ৬. পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা ।

   ধোৱা – যোৱা ।    মণি – কণি ।

   সাঁচি – নাচি ।     ভাহি – পাহি ।

খ- ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)

 ৭. উল্লিখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ।

  টোপনি – নিদ্ৰা  

  বেলি – ৰবি

  পানী – জল

  ফুল – পুষ্প

  নিশা – ৰাতি

  সপোন – কল্পনা

  আকাশ – মহাশূণ্য

  চকু – নয়ন

 ৮. বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ।

  ছিগা – নিছিগা

  সৰগ – নৰগ

  পুৱা – সন্ধিয়া

  দিন – ৰাতি

  নিজম – হুলস্থলীয়া

  হাঁহি – কান্দোন

 ৯. বাক্য ৰচনা কৰা ।

মুকুটা – ৰাতিপুৱা নিয়ৰৰ কণাবোৰ মুকুটা মণি যেন দেখি ।

পাহি – ফুলকলিৰ পাহিবোৰ মেলখালে বৰ ধুনীৱয়া দেখি ।

শোভে – ৰাতিপুৱা নিয়ৰৰ কণাই ফুলজুপিৰ শোভে বঢ়ায় ।

ফুলজুপি – ৰাতিপুৱাৰ নিয়ৰে ফুলজুপি ধুনীয়া দেখি ।

ফটিক – নিয়ৰৰ কণাবোৰ ফটিক পানীৰে ধোৱা মুকুটা মণিৰ দৰে সুন্দৰ ।


note : Remaining question answer is coming soon.

Published by Krishna Das

 

*************


Our website uses cookies to enhance your experience. Learn More
Accept !